Advertisement

AGP & BJP leaders campaign jointly for alliance candidates

AGP & BJP leaders campaign jointly for alliance candidates আনুষ্ঠানিক মিত্ৰতাৰ পিছত এতিয়া হাতে কামে লাগিছে উমৈহতীয়া প্ৰাৰ্থীৰ বাবে অগপ-বিজেপিৰ কৰ্মী। উমৈহতীয়া বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত অগপ কৰ্মীয়ে যদি ক’ৰবাত সমদল উলিয়াইছে তেনেহ’লে আন কোনো সমষ্টিত বিজেপিৰ সভাত হাতীৰ ছবিত ভোট দিবলৈ বিজেপি কৰ্মীৰ আহ্বান। তৃণমূল কৰ্মীৰ এই মিত্ৰতাৰ পিছত বৰদোৱা-নীলবাগানৰ দৰে অঞ্চলত অগপৰ মণিমাধৱ মহন্তৰ সপক্ষে যোৰদাৰ নিৰ্বাচনী প্ৰচাৰ হিমন্তবিশ্ব শৰ্মাৰ।

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

News Live,News Live Assam,Assam News,News Live Breaking,Breaking News,Lok Sabha Polls,Lok Sabha Elections 2019,Election Breaking,AGP-BJP Alliance,Himanta Biswa Sarma,Assam,

Post a Comment

0 Comments